Assamese sad feeling shayeri

 



তোমাক দেখি হৃদয়খনে স্পন্দন কৰে, তথাপিও নিমাত হৈ থাকো।প্ৰেমত নিজকে হেৰুৱাই পেলোৱাটোৱেই প্ৰেম, নহ'লে মানুহে কেৱল সপোন দেখিয়েই থাকিলহেঁতেন।


Post a Comment

0 Comments